Lottery Winner

বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত উপহাৰ কুপন খেলৰ বিজেতাৰ সকলৰ নাম ঘোষণা হ’ল। বহু প্ৰত্যাশিত হাউলী ৰাস মহোৎসৱৰ  উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ বিলাসী বাহন AUDI A4 লাভ কৰিছে উত্তৰ গুৱাহাটীৰ আৰক্ষী বিষয়া জনাৰ্দন বড়োৱে ৷ হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ নৱম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা যুৱকজন বজালী জিলাৰ ভৱানীপুৰৰ শান্তিপুৰৰ জয়ন্ত বৈশ্য৷ নৱম পুৰস্কাৰ হিচাপে জয়ন্ত বৈশ্যই লাভ কৰিছে TATA ALTROZ বাহন এখন৷ ইয়াৰপূৰ্বেও যুৱকজনে হাউলী ৰাস মহোৎসৱৰ ২০১৯ চনৰ খেলখনৰ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছিল৷ এইবাৰ দুটা টিকট ক্ৰয় কৰা যুৱকজনে আনকি ১০০ টকীয়া টিকটটো ১৫০ টকা