laal singh chaddha news

আমিৰ খান আৰু কৰীণা কাপুৰ খান অভিনীত লাল সিং চাড্ডা চহৰখনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

কিয়নো প্ৰথমে ট্ৰেণ্ড আৰম্ভ হৈছিল #BoycottLaalSinghChaddhaৰে মানুহক ছবিখন নচাবলৈ কৈছিল আৰু এতিয়া চুপাৰষ্টাৰ গৰাকীৰ সমৰ্থনত অনুৰাগীসকল ওলাই আহিছে আৰু ছবি খনৰ প্ৰথম দিনৰ প্ৰথম প্ৰদৰ্শনী চাবলৈ অনুৰোধ কৰি হেচটেগ #IndiaWithLaalSinghChaddha মুকলি কৰিছে।