Bimal Bora

অসমৰ শিল্পীসকললৈ বিহুৰ বতৰত ভাল খবৰ
অসম চৰকাৰৰ শিল্পী বঁটা আৰু শিল্পী পেঞ্চন ঘোষণা
টিংখাঙত সংবাদমেলযোগে ঘোষণা মন্ত্ৰী বিমল বৰাৰ
ৰাজেন গোহাঁই, পখিলা লেকথেপীলৈ ২০২৩ বৰ্ষৰ শিল্পী বঁটা
অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা
সমৰেন্দ্ৰ নাৰায়ণ দেৱলৈ ২০২২ বৰ্ষৰ বিজু ফুকন বঁটা
২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা মিলেশ্বৰ পাটৰলৈ 
বিভিন্ন ক্ষেত্ৰৰ ৫০গৰাকী বিশিষ্ট ব্যক্তিলৈ শিল্পী পেঞ্চন ঘোষণা
১৫২গৰাকী বিশিষ্ট ব্যক্তিলৈ বাৰ্ষিক শিল্পী সন্মান ঘোষণা