HS Results 2022

আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল।

ছাত্ৰ–ছাত্ৰীসকলে ১৬টাকৈ ৱেবছাইটযোগে লাভ কৰিছে পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা-বিজ্ঞান-বাণিজ্য শাখাৰ প্ৰথম দহত স্থান দখল কৰিলে এইসকল ছাত্ৰ–ছাত্ৰীয়েঃ

কলা শাখা

প্ৰথম স্থান
সাধনা দেৱী (৪৮৭)
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

চেৰী গোহাঁই (৪৮৭)
অ’মেনছ কলেজ, তিনিচুকীয়া