Mustard Oil Price

ইয়াতকৈ ভাল দিন আৰু পৰিৱৰ্তন কি হব পাৰে।

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি।

প্ৰতিটো সামগ্ৰীৰ অতিৰিক্ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ লোকক।

ভাল দিন বিচাৰি যি সকল উত্ৰাৱল হৈ পৰিছিল তেওঁলোকে এতিয়া মুৰে কপালে হাত দি ভাৱিছে-এইবোৰ দিনেই যদি ভাল দিন, তেনেহ’লে আগৰ সেই বেয়া দিনবোৰেই ভাল আছিল।

মিঠাতেলৰ অধিক মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ বিচাৰি অনুপম গল্ড মিঠাতেলৰ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ পাইকাৰী প্ৰতিস্থান “সীমা এণ্টাৰপ্ৰাইজ”ত “প্ৰথম খবৰ”ৰ চৰজমিন তদন্ত চলোৱাত গম পোৱা গল মিঠাতেলৰ দাম বৃদ্ধিৰ প্ৰকৃত কাৰণ।