NQAS

বিশ্ব স্বাস্থ্য দিৱসৰ এই অনুষ্ঠানতে প্ৰদান কৰা হয় NHMৰ  KAYAKALP, LAQSHYA, NQAS বাৰ্ষিক বটাঁ 
হাস্পতাল আৰু কমিউনিটি হাস্পতাল, ছাৱ চেন্টাৰক সামৰি  অসমৰ মুঠ ৫১৭ খন হাস্পতালক প্ৰদান কৰা হয় পুৰষ্কাৰ।

হাস্পতাল সমূহক এই বটাঁৰ লগত সৰ্বমুঠ ৫০ লাখৰ পৰা ১ লাখলৈকে আৰ্থিক অনুদান দিয়া হয়। অনুষ্ঠানটোত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে NHMৰ সঞ্চালক ড.লক্ষ্মণন।