Bihar Prohibition and Excise Amendment Bill

সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ পাছতো সুৰাপাণে ভয়াবহ ৰূপ লৈছে বিহাৰত। বিহাৰত সুৰা সেৱন কৰি বিষক্ৰিয়া হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে।