Football news

এছিয়ান কাপৰ মূল পৰ্বলৈ যোগ্যতা ভাৰতৰ। হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে সুখবৰ সুনীল চেত্ৰী বাহিনীৰ।

ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে দেশৰ হৈ ৮৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ’ল লাভ কৰে, আৰু বিশ্ব ফুটবলৰ মহান খেলুৱৈ ফেৰেংক পুস্কাছৰ সৈতে সমতা স্থাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতাৰ ভিতৰত আছে ছেত্ৰী। ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিয়নেল মেছিৰ পিছতে আহে ভাৰতীয় ফৰৱাৰ্ডগৰাকীৰ নাম৷