Birbhum Arson

এক শিহৰণকাৰী ঘটনাই জোকাৰিছে পশ্চিম বংগ। এক অকল্পনীয় ঘটনাই স্তব্ধ কৰি তুলিছে সকলো। এটা নৱ বিবাহিত দম্পতীক দুৰ্বৃত্তই জীৱন্তে জ্বলাই দিয়াৰ পিছতে পশ্চিম বংগৰ বাগটুই আৰু নানুৰ গাঁৱত বিৰাজ কৰিছে নীৰৱতা।