Ukraine Russia War

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘাত। চুবুৰীয়া ৰাষ্ট্ৰ ইউক্ৰেইনৰ ওপৰত ২৪ ফেব্ৰুৱাৰীতে আক্ৰমণ আৰম্ভ কৰিছিল ৰাছিয়াই। ইউক্ৰেইনৰ বহুকেইখন চহৰ নিজৰ দখললৈ অনা ৰাছিয়াই ইতিমধ্যে দখল কৰিছে ইউক্ৰেইনৰ বহুকেইখন চহৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কয় যে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্ৰ(chemical weapons) ব্যৱহাৰ কৰিলে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৰাছিয়া।