Russia Ukraine Conflict

অৱশেষত নিৰাপদে উদ্ধাৰ হ'ল যুদ্ধবিধস্ত ইউক্ৰেইনৰ ছুমি চহৰত আৱদ্ধ হৈ থকা অসমৰ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী।

ছুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা অসমৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছিল ভাবুকি। বিগত দুদিন ধৰি চহৰখনত ৰাছিয়ান সেনাই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছিল।