News Time Assam

ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাই জোকাৰিছে শুৱালকুছি। কলিতা মন্দিৰ অঞ্চলত এই আত্মহত্যাৰ ঘটনা। এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাপিতৃৰ মানসিক অত্যাচাৰৰ বাবে আত্মহত্যাৰ সন্দেহ।

ছাত্ৰীগৰাকীয়ে লিখি থৈ যায় এখন চুইচাইড নোট।

দেউতাকৰ মানসিক অত্যাচাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ চুবুৰীয়াৰ। নিশা শুৱালকুছি কলিতা মন্দিৰ অঞ্চলত নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকী৷ শুৱালকুছি কালিৰাম কালিকৰ হাইস্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নত আছিল ছাত্ৰগৰাকী৷