মাছ ধৰাক কেন্দ্ৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা

মাছ ধৰাক কেন্দ্ৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা

◾ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা

◾ পৰিস্থিতি অধিক অৱনতি কলিয়াবৰৰ ৰাঙলুত

◾ মাছ ধৰাক কেন্দ্ৰ কৰি ৰাইজ আৰু প্ৰশাসনৰ মাজত বাকযুদ্ধ

◾ মাছ ধৰিবলৈ পুৱাই ওলাই আহিছিল শ শ লোক

◾ উদ্যানখনত মাছ মৰাত বাধা প্ৰশাসনৰ

◾ ১৪৪ ধাৰা জাৰি নগাঁও জিলা প্ৰশাসনৰ

◾ ঘটনাস্থলীত উপস্থিত মহকুমাধিপতি

◾ উজনি-নামনিমুখী যানবাহনৰ চলাচল ১ ঘণ্টাৰ বাবে ব্যাহত

◾ আইন উলংঘা কৰিলে ৰুজু হ’ব গোচৰ

◾ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিব প্ৰশাসনে

Category
Profile picture for user UB Photos