আজি সুশান্তৰ দিন। অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি জন্ম জয়ন্তী।
ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে এই বিশেষ দিনটোত সামাজিক মাধ্যমৰ জৰিয়তে এটা আকৰ্ষণীয় ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে।

ক্লিপটোৱে স্বৰ্গীয় অভিনেতাজনৰ অমূল্য স্মৃতিক সুৱঁৰাৰ লগতে ভনীয়েকে বহু বছৰ ধৰি লালন কৰা এটা আৱেগিক ভিডিঅ' দেখা গৈছে।