National Youth Day

নেহেৰু ষ্টেডিয়ামত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন। যুৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বড়া। এই অনুষ্ঠানত উপস্থিত থাকে অলিম্পিক পদক বিজয়ী তথা নৱনিযুক্ত DSP লাভলীনা বৰগোহাঁই।  লগতে,উপস্থিত থাকে ২০২০ বৰ্ষৰ যুৱ সাহিত্য অকাডেমী বটাঁ প্ৰাপক দ্বীজেন কুমাৰ দাস, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব লক্ষ্য কোৱঁৰ আৰু পৱিত্ৰ মাৰ্ঘেৰিটা।