ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত পাকিস্তানী হেক্সাকপ্টাৰ। শুকুৰবাৰে নিশা BSFয়ে পঞ্জাৱৰ ফিৰোজপুৰ অঞ্চলত নিম্ন উচ্চতাত উৰি থকা এখন হেক্সাকপ্টাৰ(ড্ৰোণ)ধৰিবলৈ সক্ষম হয়।
BSFৰ তথ্য অনুসৰি, চীনত নিৰ্মাণ কৰা হৈছে এই ড্ৰোণখন। শুকুৰবাৰে, পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ড্ৰোণখন।
