Spy Camera

‘গোপন কেমেৰা’! যাক ‘Hidden camera’ Spy camera বুলিও কোৱা হয় এই কেমেৰাৰ বিষয়ে হয়তো কম বেছি পৰিমাণে সকলোৱে জানে। কিন্তু অপুনি জানেনে গোপন কেমেৰাৰ দ্বাৰা অসাধু লোকে কেনেদৰে অন্যায় সাধন কৰিব পাৰে?

ভ্ৰমণৰ সময়ত হোটেলই হওক বা লজেই, ৰাতি অতিবাহিত কৰিব বিচৰা আপুনাৰ কোঠাত অসাধু লোকে লুকৱাই ৰাখিব পাৰে গোপন কেমেৰা।

এনে ঘটনা আজি কালি প্ৰায়ে ঘটি থাকে। আজিৰ জগতখনত প্ৰযুক্তি ইমানেই উন্নত হৈছে যে যি কোনো অপৰাধেই অতি সাধাৰণ হৈ পৰিছে।   গতিকে আমিয়েই সতৰ্ক হ’ব লাগিব। জানি লও আহক গোপনে লুকাই থোৱা কেমেৰা কেনেদৰে বিচাৰি উলিয়াব পাৰি..