Switzerland

ইচ্ছা-মৃত্যু এতিয়া সম্ভৱ। বিচাৰিলেই লাভ কৰিব পাৰিব যন্ত্ৰণা বিহিন মৃত্যু।

ছুইজাৰলেণ্ড চৰকাৰে চুইছাইড মেচিন (Suicide Machine) নামৰ এটা মেছিন ব্যৱহাৰত আইনী বৈধতা প্ৰদান কৰিছে।

এই মেচিনৰ দ্ধাৰা ১ মিনিটতে কোনো লোকে কোনো যন্ত্ৰণা অবহিনে প্ৰাণ ত্যাগ কৰিব পাৰিব। এই কথা দাবি কৰিছে চুইছাইড মেচিন তৈয়াৰ কৰা একজিট ইণ্টাৰনেচনেল নামৰ কোম্পানীৰ সঞ্চালক ড০ ফিলিপ নিটস্কেই।

এই মেছিনটোৰ জৰিয়তে ইচ্ছা মৃত্যু লোৱাৰ বাবে বৈধতা প্ৰদান কৰা হৈছে ছুইজাৰলেণ্ডত। কোৱা হৈছে যে এই মেচিনটো সেইসকল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে যিসকলে বেমাৰৰ বাবে চলা–ফুৰা কৰিব নোৱাৰে আৰু ইচ্ছা মৃত্যু বিছাৰে।