Anil Deshmukh

চৈধ্য দিনৰ ন্য়ায়িক জিম্মাত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ। ধন ৰপ্তানি গোচৰ(Money Laundering)ত গ্ৰেপ্তাৰ প্ৰাক্তন গৃহমন্ত্ৰীগৰাকী।

২ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অনিল দেশমুখক। সোমবাৰে, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক।

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) জ্যেষ্ঠ নেতাজনক ২ নৱেম্বৰত পিএমএলএৰ বিভিন্ন ধাৰাৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয়ে(Enforcement Directorate) (ED) গ্ৰেপ্তাৰ কৰিছিল।