Cow Smuggler

ৰাজ্যত অব্যাহত গো-ধনৰ অবাধ সৰবৰাহ

হাইলাকান্দিত জব্দ ৯টাকৈ বাৰ্মিজ গৰু

তিনিখন ট্ৰাকৰ পৰা জব্দ ৯টাকৈ গৰু

মিজোৰামৰ পৰা হাইলাকান্দিত প্ৰৱেশৰ সময়তে জব্দ

অভিযানত আটক ট্ৰাককেইখনৰ ৪জনকৈ চালক

আটক জাকিৰ হুছেইন লস্কৰ, জাবিৰ হুছেইন

আটক জাবিৰ আহেমদ লস্কৰ, আব্দুৰ ৰহিম বৰভূঞা

জব্দকৃত গৰুকেইটাৰ মুল্য প্ৰায় ২০ লাখ টকা

অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত