Doctor

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিয়ম নমনাৰ বাবে ভাৰতৰ ৪০ খন চিকিৎসা মহাবিদ্যালয়ে বিগত দুমাহত স্বীকৃতি হেৰুৱাইছে। এতিয়া আৰু ১০০খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ে NMCৰ স্বীকৃতি হেৰুওৱাৰ সম্ভাৱনা আছে। অসমৰো তিনিখন মেডিকেল কলেজ- গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিল। প্ৰয়োজনীয় ফেকাল্টি নথকাত NMCৰ এই সিদ্ধান্ত। NMCএ নিৰূপণ কৰা মানদণ্ড অৱনতি হোৱাৰ বাবেই স্বীকৃতি বাতিল।