Pegasus

বহু বিতৰ্কিত পেগাছাছ কাণ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

ন্যায়ালয়ে তদন্তৰ বাবে গঠন কৰিলে এক্সপাৰ্ট কমিটী

সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত হ’ব তদন্ত

পেগাছাছ কাণ্ডক লৈ ক্ষিপ্ৰতাৰে তদন্তৰ বাবে দিলে নিৰ্দেশ

৮ সপ্তাহ পিছত তদন্তৰ প্ৰতিবেদনৰ ওপৰত হ’ব শুনানি

চৰকাৰী পেনেলৰ দ্বাৰা তদন্তৰ বাবে জনোৱা আবেদন খাৰিজ পেগাছাছ কাণ্ডক লৈ সাংবাদিক তথা সমাজকৰ্মীয়ে জনাইছিল আবেদন

চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন ন্যায়ালয়ৰ

ইজৰাইলৰ কোম্পানী NSOৰ ছফটৱেৰ ‘পেগাছাছ’

১০খন দেশৰ ৫০ হাজাৰ নাগৰিকৰ ফোন সোমাইছিল ছাৰ্ভিলেন্সত