Rahul Dravid

ভাৰতীয় ক্ৰিকেট সন্থাৰ নতুন প্ৰশিক্ষক হ’ল ৰাহুল দ্ৰাবিড়। শুকুৰবাৰে, IPLৰ ফাইনেলত ভাৰতীয় চিনিয়ৰ ক্ৰিকেট টীমৰ প্ৰশিক্ষক হোৱাৰ কথা ঘোষণা কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

BCCIৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে ৰাহুল দ্ৰাবিড়ৰ সৈতে হোৱা সভাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ কথা নিশ্চিত কৰিছে। এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দাবিড়।