Chhath Puja

◼️ষট পূজাৰ উপলক্ষে ১০ আৰু ১১ নৱেম্বৰত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷

◼️১০ তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত আৰু ১১তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা।

◼️এপল' পইন্টৰ পৰা কটন কলেজিয়েট স্কুল পইন্টলৈ এমজি ৰোডেৰে ভক্তি কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলিব নোৱাৰিব।

◼️ভৰলুমুখ দিশৰ পৰা পানবজাৰ চান্দমাৰী অভিমুখী চিটি বাছ সমূহকে ধৰি সকলো যানবাহন এপলু পইন্টৰ পৰা টি আৰ পি ৰোড হৈ এইচ বি ৰোডত আৰু এনবিহল পইন্টেৰে বাওঁহাতে ঘূৰি এফচি ৰোড টয়াবুল্লাহ ৰোড আৰু জিএনবি ৰোডেৰে গৈ লক্ষ্য স্থানত উপনীত হব পাৰিব।