Pice hike

চলিত মাহত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মুল্য।  সোমবাৰ অর্থাৎ আজিও বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

আজি পেট্ৰ’ল প্ৰতিলিটাৰ ৩০ পইছা আৰু ডিজেল প্ৰতিলিটাৰ ৩৫ পইছাকৈ বৃদ্ধি পায়।

উল্লেখ্য যে,  অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে পেট্ৰলৰ দাম ১০০ টকাতকৈ অধিক হৈছে।