Tokyo Olympic

টকিঅ’ত দেশৰ নাম উজ্বলাই দেশবাসীৰ সপোন পূৰণ কৰিলে জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। দেশবাসীৰ সপোন পূৰণ কৰাৰ পিছত এতিয়া এটা এটাকৈ নিজৰ সপোনবোৰ পূৰণত ব্যস্ত স্বৰ্ণজয়ী ভাৰতীয় এথলীট নীৰজ চোপ্ৰা।

Neeraj Chopra