World Heart Day 2021

GNRCত বিশ্ব হৃদ দিৱস পালন 

উপস্থিত বহুকেইগৰাকী অভিজ্ঞ চিকিৎসক 

হৃদপিণ্ডটো সুস্থ কৰি ৰাখিবৰ বাবে বিভিন্ন পৰামৰ্শ 

সাংবাদিক, শিক্ষক , আৰক্ষী আৰু জেষ্ঠ্য নাগৰিকৰ বাবে বিশেষ পেকেজ

হৃদৰোগৰ সকলো পৰীক্ষা বিনামূলীয়া

চিকিৎসাৰ ক্ষেত্ৰত বিশেভাৱে ৰেহাই

জৰুৰীকালীন ৰোগীৰ প্ৰথম ২৪ ঘন্টাৰ চিকিৎসা বিনামূলীয়া 

কাইলৈৰ পৰা GNRCৰ চাৰিওখন চিকিৎসালয়ত উপলব্ধ হ'ব