Covid Protocol

প্ৰায় দুটা বছৰ ধৰি বিশবজুৰি শেষ হোৱা নাই কৰ’ণাৰ ত্ৰাস। কৰ’ণাৰ দুটা ঢৌয়ে বিধ্বস্ত কৰি পেলাইছে ভাৰতৰ অৰ্থনীতি। চাকৰি হেৰুৱাইছে বহুলোকে।

কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। বৰ্তমান পৰিস্থিতি পুৰ্বতকৈ কিছু স্বাভাৱিক যদিও, কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।