Criminal

প্ৰয়াগৰাজত গেংষ্টাৰ আটিক আহমেদক এনকাউণ্টাৰ

আটিকৰ ভাতৃ আশ্ৰফকো গুলীয়াই হত্যা

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে গুলীয়াই হত্যা দুয়োকে

আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিছিল দুয়োকে

শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা ২ মাফিয়াক

নিশা প্ৰায় ৮ বজাত এই হত্যাকাণ্ডৰ ঘটনা

ঘটনা সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ UP আৰক্ষীৰ

গ্ৰেপ্তাৰ ছন্নী, লবলেছ তিৱাৰী, অৰুণ মৌৰ্য

ঘটনাস্থলীৰ পৰা ৩টা পিষ্টল উদ্ধাৰ আৰক্ষীৰ

উদ্ধাৰ এখন বাইক, এটা কেমেৰা, নিউজ চেনেলৰ লগ’

সংবাদকৰ্মী হৈ উপস্থিত আছিল অপৰাধী

ডিঙিত ওলমি আছিল সংবাদকৰ্মীৰ পৰিচয়পত্ৰ