Petrol

দুৰ্গা পূজাৰ পিছতে ৰাজ্যবাসীলৈ আহিল বেয়া খবৰ। 
আকৌ এবাৰ জনতা লৈ মাধমাৰ চৰকাৰৰ
ৰাজ্যিক কৰ বৃদ্ধিৰ ফলত বৃদ্ধি পেট্ৰ’লৰ মূল্য
প্ৰতি লিটাৰ পেট্ৰ’লত বাঢ়িল ১ টকা ১ পইচাকৈ
৯৭.১৪ টকাৰ বিপৰীতে মূল্য হ’লগৈ ৯৮.১৫ টকা
৬ মাহত তিনিবাৰকৈ বাঢ়িল পেট্ৰ’লৰ মূল্য