Shani Jayanti

জ্যোতিষ শাস্ত্ৰত শনি দেৱক বিশেষ স্থানত ৰখা হৈছে। শনিদেৱ ন্যায়ৰ দেৱতা হোৱাৰ লগতে গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ লেহেমীয়া গতি কৰে। এইবাৰ শনি জয়ন্তী। ৬ জুনত। ধৰ্মীয় বিশ্বাস অনুসৰি শনি দেৱ হৈছে কৰ্মৰ ফলৰ দাতা। শনি দেৱে কৰ্ম অনুযায়ী ফলাফল দিয়ে। শনি জয়ন্তীৰ দিনা শনি দেৱক ৰীতি-নীতি অনুসৰি পূজা কৰি শনিৰ অশুভ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব পাৰি।