পানীৰ ওপৰত এখন চিকিৎসালয় ৷ হাবি জংঘলৰ মাজত চিকিৎসা প্ৰদান কৰি অহা চিকিৎসালয়খন উত্তৰ গুৱাহাটীত ৷ নাম ফলক খহি ওলমি থকা চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰীয়ে নিয়মীয়াকৈ পাই আহিছে দৰমহা ৷ চাংসাৰী বেজেৰাকে ধৰি ২২খন উপস্বাস্থ্যকেন্দ্ৰ সামৰি লোৱা উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়খনৰ বহু বছৰ ধৰি এনে দুৰৱস্থা। হাবি জংঘল কাটি পৰিৱেশটো সুন্দৰ কৰাৰ সদিচ্ছা নাই চিকিৎসক কৰ্মচাৰীৰ ৷ কোঠাৰ চাদেৰে পানী সৰকা চিকিৎসালয় খনৰ বৈদ্যুতিক সংযোগো আছে বিপদজ্জনকভাবে ওলমি ৷
Category
- Log in to post comments