
মা কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন।

দেশ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু, সন্ত আৰু ভক্তৰ সমাহাৰেৰে উখল মাখল নীলাচলৰ বুকু।

মেলালৈ অহা বিচিত্ৰ বেশভূষাৰ সাধু, সন্ত কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সাধাৰণ ভক্তৰ।

অম্বুবাচী উপলক্ষে বন্ধ ৰখা মন্দিৰৰ দুৱাৰ পুনৰ খোল খাব ২৬ জুনত।

Category
- Log in to post comments