অসহায় অসমবাসী! এফালে বান, আনফালে বজাৰত জুই-চাই দাম।

Vegetables Market

বানৰ কৱলত অসমৰ বিভিন্ন অঞ্চল। আনহাতে বানৰ সুযোগ লৈছে কিছুমান অসাধু ব্যৱসায়ীয়ে। শাক-পাচলিৰ বজাৰত আকাশলংঘী দামবৃদ্ধি। ৰাজ্যৰ শাক-পাচলিৰ বজাৰত বৃহৎ তাৰতম্য। বিভিন্ন পাচলিত অভাৱনীয় ৰূপে বৃদ্ধি পাইছে দাম। ৪-৫ গুণ পৰ্যন্ত দাম বৃদ্ধি পাচলিৰ। উপায়হীন হৈ খালী মোনাৰে ঘৰলৈ উভতিছে গ্ৰাহক। গুৰুত্বহীন আচৰণ প্ৰশাসন, যোগান বিভাগৰ।

Category
Profile picture for user UB Photos