পত্নীক হত্যা কৰি স্বামীয়ে বাকচত ভৰাই ৰাখিছিল মৃতদেহ, গোন্ধ ওলোৱাতহে পোহৰলৈ আহে ৰহস্য।

Crime

শিহৰণকাৰী! এইবাৰ পত্নীক হত্যা কৰি স্বামীয়ে বাকচত ভৰাই থ'লে মৃতদেহ। মহানগীৰৰ লালুংগাওৰ গৃহ নং ১০ ত ঘটিল এই নৃশংস হত্যাকাণ্ড। হত্যাকাণ্ড সংঘটিত কৰি নিজ পত্নীক ভৰাই থলে বাকছত। গোন্ধ ওলোৱাৰ পিছত পোহৰলৈ আহে এই খবৰ। এসপ্তাহ পূৰ্বে ঘৰটো ভাৰালৈ লৈছিল ৰাজু বৈশ্যই। সম্প্ৰতি ৰাজু বৈশ্য পলাতক। নিহত পত্নী গৰাকীৰ নাম বাসন্তী। বাসন্তীৰ ঘৰ কাৰ্বিআংলঙত। ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী আছিল বাসন্তী। ঘটনাস্থলীত উপস্থিত গড়চুক আৰক্ষী। 
 

Category
Profile picture for user UB Photos