
আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ। কন্যাৰ আদ্যশ্ৰাদ্ধৰ দিনাই মাতৃৰ বিস্ফোৰণ। মাতৃৰ ভাষ্য- "মোৰ কন্যাৰ মৃত্যুৰ তদন্ত আগবঢ়া নাই। মোৰ কন্যাক চক্ৰান্ত কৰি মাৰি পেলালে। " লীনা দলেক লৈও কৰিলে বিস্ফোৰক মন্তব্য। মাতৃৰ অভিযোগ- 'লীনা দলেক লৈ আজি পৰ্যন্ত নহ'ল তদন্ত, লীনা দলেৰ মুখেৰে এই পৰ্যন্ত উলিয়াব পৰা নাই কোনো তথ্য'। মুখ্যমন্ত্ৰী, শীৰ্ষ আৰক্ষী বিষয়াই খবৰ নোলোৱাৰ অভিযোগ জোনমণিৰ মাতৃৰ।
Category
- Log in to post comments