পুনৰ হাত দাঙিলে চৰকাৰী বিষয়াই, এইবাৰ ঘোচ লৈ হাতে-লুটে গ্ৰেপ্তাৰ কৰ আয়ুক্ত।

CM Vigilance

চি এম ভিজিলেন্সৰ জালত পৰিছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা। GSTৰ অনলাইন ফাংচন সক্ৰিয় কৰাৰ বাবদ ভেটি লৈছিল বিষয়া গৰাকীয়ে। মিনাক্ষী কাকতী কলিতাৰ গৃহত বৰ্তমান তালাচী অব্যাহত দূৰ্নীতি নিবাৰকৰ। ৰূপনগৰস্থ বাসগৃহত তালাচী চাৰিখন বাহনৰে অহা এক বৃহৎ দলৰ।  

Category