বিতৰ্কই লগ এৰা নাই GMCH ক! এইবাৰ ৰোগীৰ আত্মীয়ক দুঃব্যৱহাৰ কৰি নিলম্বিত হ'ল GMCHৰ কৰ্মচাৰী।

GMCH

ৰোগীৰ আত্মীয়ক দুঃব্যৱহাৰ কৰি নিলম্বিত হ'ল GMCH ৰ কৰ্মচাৰী। MRD কক্ষত ৰোগীৰ আত্মীয়ক মাৰ-পিট কৰাৰ অভিযোগ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে। নিলম্বিত কৰ্মচাৰীজনৰ জনৰ নাম বিমল কুমাৰ দাস। GMCH ৰ MRD কক্ষত পংকজ হাজৰিকা নামৰ ব্যক্তিকো দুঃব্যৱহাৰ কৰাৰ অভিযোগ। CC TV ফুটেজৰ ভিত্তিত তাৎক্ষণিকভাৱে নিলম্বন কৰ্মচাৰীজনক। 

Category
Profile picture for user UB Photos