শিশু নিৰ্যাতনৰ শাস্তি! কাৰাগাৰলৈ প্ৰেৰণ চিকিৎসকক 

Punishment

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিছিল মহানগৰীৰ শিশু নিৰ্যাতন কাণ্ডত অভিযুক্ত ৱালিউল ইছলাম, লক্ষ্মী ৰায়,আৰু কাবাইৰ। POSCO আদালতত হাজিৰ কৰাইছিল তিনি অভিযুক্তক। আদালতত কাৰাগাৰলৈ প্ৰেৰণৰ ৰায়দান তিনি অভিযুক্তক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হব চিকিৎসক ডাঃ ৱালিউল ইছলাম, লক্ষ্মী ৰায় আৰু কাবাইক। 

Category