সলনি হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া! TET উত্তীৰ্ণ হোৱাৰ পিছতো দিব লাগিব অন্য এক লিখিত পৰীক্ষা

TET

শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হ'ব নতুন নিয়ম। TET থকাৰ পিছতো এতিয়াৰ পৰা দিব লাগিব আন এটা লিখিত পৰীক্ষা। যাৰ জৰিয়তে নিযুক্তি দিয়া হব শিক্ষক। মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। এতিয়াৰে পৰা প্ৰতিটো ৰেচন পৰিয়ালে লাভ কৰিব বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। 

Category
Profile picture for user UB Photos