চিঠি বা মেচেজ নহয় এইবাৰ Phone Payৰ জৰিয়তে প্ৰেম কৰি পলুৱাই লৈ গ'ল বোৱাৰীক! 

LOve

হোজাইত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। Phone pay যোগে হ'ল true love। ঠিকাদাৰে পলুৱাই নিলে এটি কণমানি সন্তানৰ মাতৃক। ঘটনাৰ বিৱৰণ অনুসৰি  ঈদৰ সময়ত চাবিৰ নামৰ এজন ঠিকাদাৰ phone payৰ যোগেদি ইমৰানাক টকা দিছিল স্বামী ফৰিজে। Phone pay ৰ যোগেদিয়েই ইমৰানা আৰু চাবিৰৰ মাজত গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ সম্পৰ্ক ইমানেই গাঢ় হ'ল যে গাঁওলৈ আহি ইমৰানাক পলুৱাই লৈ গ'ল ঠিকাদাৰ চাবিৰে। নিজৰ সন্তানকো লগত লৈ গ'ল ইমাৰানাই। এতিয়া অসহায় হৈ পৰিছে ফৰিজ। সন্তানৰ শোকত কান্দোনত ভাগি পৰিছে  ফৰিজ।

Category
Profile picture for user UB Photos