সলনি হ'ল নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখ। ১১ তাৰিখ নহয় ২৬ তাৰিখে প্ৰদান কৰিব নিযুক্তি পত্ৰ...

Recruitment

গৃহ মন্ত্ৰী অসম ভ্ৰমণৰ সালসলনি। ১১ তাৰিখে নহয় ২৬ তাৰিখে আহিব গৃহ মন্ত্ৰী। ২৬ মে তে হ'ব নিযুক্তি পত্ৰ বিতৰণৰ অনুস্থান। নেচনেল ফ্ৰেঞ্চাইজিক ইউনিভাৰ্ছিটি ৰ আধাৰশিলাও স্থাপন কৰিব গৃহ মন্ত্ৰীয়ে । ৰাজহুৱা কৰা হ'ব ১ লাখ যুৱক যুৱতীৰ নামো। সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা। 

Category
Profile picture for user UB Photos