GMCH ত কাৰ অসাৱধানতাত সলনি হ'ল মহিলাৰ মৃতদেহ?

GMCH

GMCH ৰ মৰণোত্তৰ পৰীক্ষা গৃহত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। কৰ্তৃপক্ষৰ ভুলৰ কাৰণেই সংঘটিত হৈছে এই ঘটনা। অন্য লোকৰ মৃতদেহৰ সলনি লৈ গল লখিমী চেত্ৰী নামৰ মহিলা গৰাকীৰ মৃতদেহ ।যোৱা ১ মে ত মৰণোত্তৰ পৰীক্ষাৰ বাবে আনিছিল আমচিং যোৰাবাটৰ  লখিমী চেত্ৰী নামৰ মহিলাৰ মৃতদেহ। ৪ দিনৰ বাবে ৰাখিছিল মৃতদেহটো। লখিমী চেত্ৰী নামৰ মহিলা গৰাকীৰ মৃতদেহৰ ঠাইত কৰ্তৃপক্ষই ৰাখি থৈ গল কোনো অচিনাকি মহিলাৰ মৃতদেহ। লখিমী চেত্ৰী নামৰ মহিলা গৰাকীৰ ঠাইত আন মহিলাৰ মৃতদেহ দেখি হোৱা দোৱা লাগে পৰিয়ালৰ লোক সকলৰ মাজত।

Category
Profile picture for user UB Photos