আজি পহিলা ব’হাগ, মানুহ বিহু
অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন
ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা
আজি জ্যেষ্ঠজনক সেৱা জনায় কনিষ্ঠসকলে
বিহুৱানো আদান-প্ৰদান কৰা হয় আজিৰ দিনটোতে
বছৰটোৰ মংগল কামনাৰে মঠ-মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ
পুৱাতেই স্নান কৰি নেদেখাজনৰ ওচৰত ল’লে সেৱা
আগন্তুক বছৰটোত অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনা
ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌপাশ
বিহু গাই আনন্দত মতলীয়া ৰাজ্যবাসী
Category
- Log in to post comments