আকৌ চন্দ্ৰৰ বুকুলৈ যাব মানৱ!  পিছে কোন কোন মহাকাশচাৰীৰ সৈতে উৰা মাৰিব নাছাৰ আৰ্টেমিছ-২?

Nasa

ভাল খবৰ! প্ৰায় ৫০ বছৰ পাছত পুনৰ এবাৰ চন্দ্ৰৰ বুকুলৈ যোৱাৰ পৰিকল্পনা কৰিছে মানৱ জাতিয়ে । এই অভিযানৰ মহাকাশচাৰীসকল হৈছে- নাছাৰ ক্ৰিষ্টিনা কোচ, ভিক্টৰ গ্লোভাৰ, ৰেইড ৱাইজমেন আৰু কানাডাৰ স্পেছ এজেন্সীৰ জেৰেমী হাঞ্চেন। ২০২৪ বৰ্ষত এই কেইজন মহাকাশচাৰীৰ সৈতে উৰা মাৰিব নাছাৰ আৰ্টেমিছ-২।

Category
Profile picture for user UB Photos