অহা ৫ এপ্ৰিল তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব IPL।

ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব মেছ। ৰাজস্থান ৰয়েলছৰ প্ৰথম কেপ্তেইন প্ৰয়াত ক্ৰিকেটাৰ শ্বেন ৱাৰ্নেৰ সোঁৱৰণত টীম ৰাজস্থান ৰয়েলছে জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।

এখন হৰ্ডিঙত 'Forever The First Royal.. Celebrating Warne' লিখি বৰ্ষাপাৰা ষ্টেডিয়ামত আঁৰিছে টীম ৰাজস্থান ৰয়েলছে। উল্লেখ্য যে ৪ মাৰ্চ ২০২২ত মৃত্যু হৈছিল ক্ৰিকেটাৰগৰাকীৰ।
Category
- Log in to post comments