'ৰাহুল গান্ধীয়ে ৫বছৰৰ পিছতো এদিনো ক্ষমা নোখোজিলে। সেয়া তেওঁ জানি বুজি কৈছে। তাৰেই ফল ভুগিছে ৰাহুল গান্ধীয়ে।'

Protest

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতে তোল-পাৰ লাগিছে দেশ॥তীব্ৰ প্ৰতিবাদত কঁপিছে দেশৰ লগতে অসমো॥   ইফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই কয়-  "ৰাহুল গান্ধীয়ে ৫বছৰৰ পিছতো এদিনো ক্ষমা নোখোজিলে। সেয়া তেওঁ জানি বুজি কৈছে। তাৰেই ফল ভুগিছে ৰাহুল গান্ধীয়ে।''

Category
Profile picture for user UB Photos