গুগলটো এবাৰ খুলি চাইছেনে? আজি বিশেষ গুগল ডুডল!!

Kitty

আজিৰ ডুডলে উদযাপন কৰিছে আমেৰিকান ষ্টাণ্ট মহিলা আৰু ৰেচাৰ কিটি অ'নেইলৰ ৭৭তম জন্মদিন।কিটি অনেইল সৰুৰে পৰা বধিৰ আছিল।

1

তেখেত এগৰাকী ৰেচিং-ৰেকৰ্ড ব্ৰেকাৰ, তেওঁক ''বিশ্বৰ দ্ৰুততম মহিলা' বুলি জনা গৈছিল।কিটি অনেইলৰ জন্ম ১৯৪৬ চনৰ ২৪ মাৰ্চত হৈছ্ল।

Category
Profile picture for user UB Photos