বিপদত পৰিব পাৰে মহানগৰবাসী! বন্ধ হ’ব অ’লা, উবেৰ, কেব সেৱা!

Uber

গুৱাহাটীত বন্ধ হব অলা, উবেৰ, কেব সেৱা। কেব সেৱা বন্ধৰ সিদ্ধান্ত কেব মজদুৰ সংঘৰ। ১ ফেব্ৰুৱাৰীৰ পৰা কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। কেব চালকসকলক কৰি অহা শোষণৰ বিৰুদ্ধে এই সিদ্ধান্ত। একেদৰে বন্ধ হব ৰেপিডসেৱাও।

Category
Profile picture for user UB Photos