মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি! আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী সুৰামত্ত যুৱতী!

Drunker

নিশাৰ মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি! সোমবাৰে নিশা জু ৰোডৰ পৰা আটক কৰিলে যুৱতীকেইগৰাকীকবৰ্তমান মহিলা আৰক্ষীৰ জিম্মাত আছে যুৱতীকেইগৰাকীৰাজপথত সুৰাপান কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ তিনিও যুৱতীৰ বিৰুদ্ধেজু-ৰোডৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মূখত সোমবাৰে সন্ধিয়া ঘটিছিল এই ঘটনা। মহিলা আৰক্ষীকো সুৰাপায়ী তিনি যুৱতীয়ে প্ৰহাৰ কৰাৰ অভিযোগকৰ্তব্যৰত আৰক্ষীক কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে প্ৰহাৰ কৰিছিল তিনি যুৱতীয়ে তিনি যুৱতীৰ বিৰুদ্ধে IPC ধাৰা 447/353/332/294/34 ধাৰাৰ অধিনত ৰুজু হৈছে গোচৰ গীতানগৰ আৰক্ষীয়ে 18/2023 নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে তিনি যুৱতীক

Category
Profile picture for user UB Photos